পথৰুৱা ৰ'দত
এডোখৰ ছাৰ এৰাল
দীঘল নলীয়া বিচনীৰ বাত
বঙিয়াৰ টেঙেচী ফুলে
শাওনীয়া পোটনি আগলতি কলাপাতত নুৰুয়াই
শৈশৱৰ দীঘল লৰ
এজাক বৰষুণৰ লগত
দেহ জুৰুৱা চেঁচা বতাহ…
অংকুৰিতা ফুকন
ফোন নং-৮০১১৭৪৮১৪৩
পথৰুৱা ৰ'দত
এডোখৰ ছাৰ এৰাল
দীঘল নলীয়া বিচনীৰ বাত
বঙিয়াৰ টেঙেচী ফুলে
শাওনীয়া পোটনি আগলতি কলাপাতত নুৰুয়াই
শৈশৱৰ দীঘল লৰ
এজাক বৰষুণৰ লগত
দেহ জুৰুৱা চেঁচা বতাহ…
অংকুৰিতা ফুকন
ফোন নং-৮০১১৭৪৮১৪৩